CinemaO Dobramento do Embrião |
Compre AgoraDe The Biology of Prenatal Development. |
Roteiro: ৩ আৰু ৪ সপ্তাহৰ ভিতৰত শৰীৰৰ নক্সা প্রকাশ হয় যেতিয়া ভ্রূণৰ মস্তিষ্ক, মেৰুদণ্ড, আৰু হৃদয়খন কুহুম মোনাৰ কাষত সহজতে চিনাক্ত কৰিব পাৰি। খৰতকীয়া বিকাশৰ ফলত আপেক্ষিক ভাবে সমতল ভ্রূণত ভাজ লাগি যায়। এই প্রক্রিয়ায় পাচনতন্ত্রৰ চামনিখনৰ ভিতৰত কুহুমৰ মোনাখন সংলগ্ন কৰে আৰু বিকাশিত মানবৰ বুকু আৰু পেটৰ গর্ত গঠন কৰে। ৪ সপ্তাহ |
Todas as idades fizeram referência a fecundação, não ao último período menstrual.
|
< Anterior | Veja Instantâneos | Próximo > |
![]() ![]() |
![]() ![]() |