| |
Capítulo 1 Introdução
|
| |
| যি সক্রিয় প্রণালীৰ দ্বাৰা এক-কোষী
মানব জনন-খোক (জাইগোট) বিকাশ
হৈ ১০০-ট্রিলিয়ন সংখ্যাৰ প্রাপ্তবয়স্ক
কোষত পৰিণত হয়, বোধহয়
ই প্রকৃতিৰ আটাইতকৈ লক্ষ্য কৰিব লগীয়া ঘটনা।
|
| বর্তমান গবেষক সকলে জানে যে প্রাপ্তবয়স্ক শৰীৰে
সচাৰচৰ সমাপন কৰা অনেক কার্য্য
গর্ভধাৰণৰ সময়ত প্রতিষ্ঠিত হয়-
প্রায়ে জন্মৰ বহু দিনৰ আগতেই।
|
| জন্মৰ আগৰ বিকশিত কাল
বেচিকৈ সাজু হোৱাৰ সময় ৰূপে জনা যায়
যি কালচোৱাৰ ভিতৰত মানুহে
অনেক আবয়ব অর্জন কৰে,
আৰু অনেক কৌশল আয়ত্ব কৰে যি
জন্মৰ পিচত জীয়াই থাকিবলৈ আৱশ্যক হয়।
|
Capítulo 2 Terminologia
|
| গর্ভাৱস্থা সাধাৰণতে ৩৮ সপ্তাহমান থাকে
আৰু এই সময় গর্ভসঞ্চাৰ হোৱাৰ পৰা
জন্মক্ষণলৈ গণনা কৰা হয়।
|
| গর্ভধাৰণৰ পিচৰ প্রথম ৮ সপ্তাহত
বিকশিত মানবক এক ভ্রূণ বুলি কোৱা হয়,
যাৰ অর্থ "অভ্যন্তৰত বিকাশ"।
এই সময়চোৱাক, যাক ভ্রূণাৱস্থা
বুলি অভিহিত কৰা হয়,
শৰীৰ প্রণালীৰ প্রধান অঙ্গসমুহ গঠন
হোৱা অৱস্থাৰূপে বর্ণনা কৰা হয়।
|
| ৮-তম সপ্তাহ অন্ত হোৱাৰ পৰা গর্ভাৱস্থা অন্ত
হোৱালৈকে "বিকশিত মানবক ভ্রূণ
বুলি অভিহিত কৰা হয়",
যাৰ অর্থ হৈছে "অজাত সন্তান"।
এই সময়চোৱাত, যাক ভ্রূণাৱস্থা বুলি
কোৱা হয়, শৰীৰৰ আকাৰ
বৃদ্ধি হয় আৰু তাৰ সকলোবোৰ প্রণালীয়ে
কাম কৰিবলৈ আৰম্ভ কৰে।
|
| এই প্রক্রিয়াৰসকলো ভ্রূণাৱস্থাৰ কালছোৱাক
গর্ভধাৰণৰ সময়ৰ পৰা গণনা কৰা হয়।
|