| |
O Período Fetal (8 semanas até o Nascimento)
Capítulo 37 9 Semanas: Engole, Suspira e se Estica
|
| |
| জন্ম নোহোৱা পর্য্যন্ত ভ্রুন সম্বন্ধীয়
পর্যায় অবিৰামভাৱে চলি থাকে৷
|
| ৯ সপ্তাহমানৰ ভিতৰতে
বুঢ়া আঙুলি চোহা আৰম্ভ হয়
আৰু ভ্রুণে গর্ভঝিলিক তৰল
পদার্থ গিলিব পাৰে৷
|
| ভ্রুণে এটা বস্তুক খামুচি ধৰিব
আৰু মূৰটো আগলৈ আৰু পিচলৈ লৰাবও পাৰে,
চুয়াল খুলিব আৰু বন্ধ কৰিব, জিভাখন লৰাব,
দীঘল উশাহ লব আৰু বঢ়াব পাৰে৷
মুখমণ্ডলত স্নায়ু অনুভূতিগ্রাহী ইন্দ্রিয়,
হাতদুটাৰ তলুৱা আৰু ভৰিৰ তলুৱাই অলপ
চুলেই গম পাব পাৰে৷
"ভৰিব তলুৱাত অলপ স্পর্শ কৰিলেই"
ভ্রুণে তপিনা আৰু আঠু ঘূৰাব আৰু
ভৰিৰ তলুৱা বেঁকা কৰিব পাৰে৷
|
| এতিয়া চকুৰপতা দুটা সম্পূর্ণ বন্ধ৷
|
| শ্বাসনলীৰ উর্দ্ধভাগত
মৌখিক সন্ধি বন্ধৰ আৱির্ভাবে
মৌখিক ৰজ্জুসদৃশ বিকাশৰ সংকেত দিয়ে৷
|
| স্ত্রীৰ ভ্রুণবোৰত জৰায়ু চিনিব পৰা হয় আৰু
অণ্ড সৃষ্টি পৰিপক্ক নামৰ অপৰিপক্ক
প্রজনন সম্বন্ধীয় জীৱকোষে
ডিম্বাশয়ৰ ভিতৰত প্রতিৰুপ সৃষ্টি কৰে৷
বাহিৰৰ জননেন্দ্রিয়ই পুৰুষ বা স্ত্রী হিচাপে
নিজকে প্রভেদ কৰিবলৈ আৰম্ভ কৰে৷
|
Capítulo 38 10 Semanas: Revira os olhos e Boceja, Unhas e Impressões Digitais
|
| |
| আৰু ৯ আৰু 10 সপ্তাহৰ ভিতৰত
শৰীৰৰ ৭৫ % ওজন বৃদ্ধি হয়৷
|
| ১০ সপ্তাহমানৰ পিচত,
ওপৰৰ চকুৰ পতাৰ সজীৱতাই
চকুৰ আবর্ত্তন নিন্মাভিমুখী কৰে৷
ভ্রুণে হামিয়ায় আৰু মুখখন মেলে
আৰু বন্ধ কৰে৷
|
| অধিকাংশ ভ্রুণে সোহাতৰ বুঢ়া আঙুলিটো চোহে৷
নাড়ী সম্বন্ধীয় ৰজ্জুৰ ভিতৰত পেটৰ নাড়ীৰ
খণ্ডবোৰ উদৰ সম্বন্ধীয় ৰন্ধ্রলৈ ঘুৰি আহে৷
|
| অধিকাংশ হাঁড়ত অস্থিৰ উত্পত্তি আৰম্ভ হয়৷
|
| হাত আৰু ভৰি আঙুলি নখৰ বিকাশ হয়৷
|
| উর্ব্বৰতা বৃদ্ধি-কৰণৰ কেই ১০ সপ্তাহমানৰ
পিচত একক আঙুলি চাপে দেখা দিয়ে৷
এই আর্হিবোৰক চিনাক্তিৰ কাৰণে
গেটেই জীৱনটোত ব্যৱহাৰ কৰিব পাৰি৷
|
Capítulo 39 11 Semanas: Absorve Glicose e Água
|
| |
| ১১ সপ্তাহমানৰ ভিতৰত
নাক আৰু ওঠ সম্পূর্ণৰুপে গঠন হয়৷
শৰীৰৰ অন্যান্য অংশৰ সৈতে
মানৱজীৱণ চক্রৰ প্রত্যেকটো স্তৰতে সেইবোৰৰ
আকৃতিৰ পৰিবর্ত্তন হয়৷
|
| পাকস্থলীয়ে ভ্রুণে গিলা গ্লুকোচ আৰু
পানী সুহিবলৈ আৰম্ভ কৰে৷
|
| যদি উর্ব্বৰতা কৰণত লিঙ্গক স্থিৰ
কৰা হয়, বাহিৰৰ জননেন্দ্রিৰ
এতিয়া পুৰুষ বা স্ত্রীৰ
প্রভেদ স্খিৰ কৰা হয়৷
|