| |
Capítulo 40 3 a 4 Meses (12 a 16 Semanas): Papilas Gustativas, Movimento de Mandíbula, Reflexo de Sucção, Percepção dos Primeiros Movimentos do Feto
|
| |
| ১১ আৰু ১২ সপ্তাহৰ মাজত,
ভ্রুণৰ ওজন ৬০% বৃদ্ধি হয়৷
বাৰ সপ্তাহে গর্ভাৱস্থাৰ
প্রথম তৃতীয় বা ত্রৈমাসিকৰ
সমাপ্তিক চিহ্নিত কৰে৷
|
| এতিয়া স্বাদ আৰম্ভনিয়ে মুখৰ
ভিতৰত নির্দিষ্টভাবে আবৰি ধৰে৷
|
| জন্মৰ পিচত স্বাদ আৰম্ভণি মাত্র জিভা আৰু মুখৰ
ভিতৰত ওপৰ অংশ অর্থাত্ তালুত থাকি যাব৷
|
| নাড়ী-ভুৰুৰ গতি ১২ সপ্তাহৰ
আগতেই আৰম্ভ হয় আৰু
৬ সপ্তাহো একেৰাহে চলি থাকে৷
ভ্রুণ আৰু নতুন কোষ্ঠৰ পৰা
বাহিৰ কৰা বস্তুবোৰক
ভ্রুণ বিষ্ঠা কোৱা হয়৷
ই হজম সম্বন্ধীয় পাচক ৰস, প্রোটিন আৰু
একক কার্যকৰা কার্য সমূহ
আৰু মৃতকোষবোৰৰ সমষ্টি৷
|
| ১২ সপ্তাহমানৰ ভিতৰত, ওপৰৰ অঙ্গ প্রত্যঙ্গৰ
দৈর্ঘ্যই শৰীৰ আকাৰৰ প্রায়
অন্তিম অনুপাতৰ ওচৰ পায়৷
তলৰ অঙ্গ প্রত্যঙ্গই শেষ
অনুপাত পাবলৈ বেচি সময় লয়৷
|
| মূৰৰ পিচফালে আৰু ওপৰ ভাগৰ বাহিৰে
এতিয়া গোটেই ভ্রুণে ছুলেই গম পায়৷
|
| লিঙ্গ-নির্ভৰশীলতা বিকাশ সম্বন্ধীয় পার্থক্যবোৰক
প্রথমবাৰ দেখা যায়৷
উদাহৰণ স্বৰুপে, স্ত্রী ভ্রুণে দাঁতৰ মাৰিৰ
গতিক পুৰুষ ভ্রুণ গতিতকৈ
বেচি ঘনেঘনে প্রদর্শন কৰে৷
|
| আগতে দেখা অপসৰন সহাঁৰিৰ বিপৰীতে,
এতিয়া মুখৰ ওচৰত উদ্দীপনাই
উত্তেজনা আৰু মুখৰ মুকলি অংশত
এটা আৱর্ত্তন সৃষ্টি কৰে৷
সেই সহাঁৰিটোক
"শিপা ওলোৱা প্রতিবিম্ভ" কোৱা হয়
যি জন্মৰ পিচত টিকি থাকে আৰু
মাকৰ পিয়াহৰ গাখীৰ খোৱাৰ
সময়ত নৱজাত শিশুটোৱে
মাকৰ স্তনবৃন্তটো বিচাৰি পায়৷
|
| মুখমণ্ডলে একেৰাহে পৰিপক্ক কৰি
থাকে যিহেতু চর্বীয়ে গাল দুখনক
পূৰঠ কৰে আৰু দাঁতৰ
বিকাশ আৰম্ভ হয়৷
|
| ১৫ সপ্তাহমাণৰ পিচত তেজ
গঠন কৰা ঠাৰি সদৃশ জীৱকোষে
দেখা দিয়ে আৰু অস্থিসজ্জাত পূৰণ কৰে৷
অধিকাংশ ৰক্তকোষ গঠন ইয়াত হয়৷
|
| যদিও দুর্ব্বল ভ্রুনত
৬ সপ্তাহমানৰ গতি আৰম্ভ হয়,
এগৰাকী গর্ভৱতী স্ত্রীয়ে ভ্রুণ সম্বন্ধীয় গতিৰমাজত
১৪ আৰু ১৮ সপ্তাহৰ ভিতৰত অনুভৱ কৰে৷
পৰম্পৰাগত ভাৱে, এই ঘটনাটোক
পুনর্জীৱনদান কোৱা হয়৷
|